Home ৰাজ্যবটদ্ৰৱা থান উন্নয়ন সন্দৰ্ভত উপায়ুক্তৰে আলোচনা পৰিচালনা সমিতিৰ

বটদ্ৰৱা থান উন্নয়ন সন্দৰ্ভত উপায়ুক্তৰে আলোচনা পৰিচালনা সমিতিৰ

by News Desk
A+A-
Reset
6c7a2fb5-a5d2-40b3-93bd-54a98f19eaa2

বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ জন্মস্থানখনৰ উন্নয়ন কল্পে অসম চৰকাৰে ইতিমধ্যেই বিগত বিত্তীয় বৰ্ষত আগবঢ়োৱা প্ৰায় তিনি কোটি টকাৰে বটদ্ৰৱা থানত ৰূপায়ন কৰিবলগীয়া বিভিন্ন আঁচনি সন্দৰ্ভত মংগলবাৰে নগাঁও জিলাৰ নৱ নিযুক্ত উপায়ুক্ত তথা চৰকাৰীভাৱে গঠিত শ্ৰীশ্ৰী বটদ্ৰৱা থান উন্নয়ন সমিতিৰ অধ্যক্ষ যাদৱ শইকীয়া লগত বটদ্ৰৱা থান পৰিচালনা সমিতি এক সৌহাদ্যপূৰ্ণ আলোচনা অনুষ্ঠিত হৈ যায় । 

শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা বটদ্ৰৱা থান উন্নয়ন সমিতিৰ সদস্য সচিব দেবানন্দ দেৱ গোস্বামী, কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰা, সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱা প্ৰমুখ্য কেইবাগৰাকীও কাৰ্যকৰী সদস্যই ভাগ লোৱা আলোচনাত থানখনত আৰম্ভ হ’বলগীয়া উন্নয়নমূলক কাম-কাজ সন্দৰ্ভত নৱ-নিযুক্ত উপায়ুক্তগৰাকীক বিশদভাৱে অবগত কৰি উদ্যমী প্ৰশাসনীক বিষয়াগৰাকীৰ তত্বাবধানত বটদ্ৰৱা থানে এক ন-ৰূপ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0