90
ডিজিটেল ডেস্কঃ দেশৰ ঐতিহাসিক কীৰ্তিস্তম্ভসমুহৰ ওপৰত নামি আহিছে শংকা৷ বৃহস্পতিবাৰে সন্ধিয়া লালকিল্লাত উদ্ধাৰ হয় এটা গ্ৰেণেড৷
কীৰ্তিস্তম্ভটোৰ এটা কুৱাত উদ্ধাৰ হয় এই গ্ৰেণেডটো৷ আজি ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ডে উক্ত গ্ৰেণেডটো সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰে৷