58
গুৱাহাটীঃ ক্ষমতাৰ খকত জাতীয়তাবাদক বিক্ৰী কৰি অৱশেষত গেৰুৱা বসন পিন্ধিলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিল্লীৰ সংসদ ভৱনৰ সন্মুখত অৰ্দ্ধনগ্ন হোৱা অনুসূচীত জাতি ছাত্ৰ সন্থাৰ নেতা যাদৱ দাসে।
শনিবাৰে গুৱাহাটীৰ বিজেপি মুখ্যকাৰ্যলয়ত বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্থিত আনুষ্ঠানিকভাৱে যোগদান কৰে জাতীয়তাবাদৰ ভণ্ড নেতাজনে।
জাতিৰ হকে থিয় দিয়ালোকে জাতিক বিক্ৰী কৰি মুখা পিন্ধা ভদ্ৰলোকৰ আচল স্বৰূপ উলিয়াই বুলি বিবেচিত হৈছে৷