66
ডিফুঃ পৱিত্ৰ ৰমজান মাহৰ লগত সংগতি ৰাখি তথা প্ৰতিদিনৰ ইফতাৰ কাৰ্যসূচীৰ বাহিৰেও বুধবাৰে সন্ধিয়া এক বিশেষ ইফতাৰ কাৰ্যসূচীৰ আয়োজন কৰিছে হৰিলাল বস্তি মোক্তাব কমিটীয়ে৷
উক্ত কাৰ্যসূচীত মুখ্য অতিথি ৰূপে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে ডিফু মিউনিচিপালটি ব’ৰ্ডৰ অধ্যক্ষ ৰাহ ক্ৰ’ আৰু কেইবাগৰাকী গণ্যমান্য ব্যক্তিক আমন্ত্ৰণ কৰিছে উদ্যোক্তাসকলে৷