70
গুৱাহাটীঃ কোষাগাৰৰ হেমাহি বাবে মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিৰ ধন আজিও পাবলৈ সক্ষম হোৱা নাই হিতাধিকাৰীসকলে।
যোৱা মাৰ্চ মাহৰ ১২ তাৰিখে ৰাজ্য সমাজ কল্যান বিভাগে বিল নং ৩৭৫, ৩৯৫ আৰু ৪১০ জৰিয়তে মুঠ ২৯ কোটি ৫৪ লাখ ৬০ হাজাৰ টকা হিতাধিকাৰীসকলক প্ৰদান কৰাৰৰ বাবে বামুনীমৈদামস্থিত নিউ গুৱাহাটী কোষাগাৰলৈ প্ৰেৰণ কৰিছিল।