Home ৰাজ্যভোট গনণাক কেন্দ্ৰ কৰি নলবাৰীত প্ৰশাসনৰ নিয়ম বলবৎ

ভোট গনণাক কেন্দ্ৰ কৰি নলবাৰীত প্ৰশাসনৰ নিয়ম বলবৎ

by News Desk
60 views
A+A-
Reset

বৰনৰ্দ্দীঃ বৃহস্পতিবাৰে নলবাৰী জিলাৰ গৰ্ডন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপিত লোকসভা নিৰ্বাচন, ২০১৯ ৰ ভোটগণনা কেন্দ্ৰৰ আশে-পাশে শান্তি-শৃংখলা ভংগ হোৱাৰ আশংকা কৰি নলবাৰী জিলাৰ জিলা দণ্ডাধীশ ভাৰত ভুষণ দেৱ চৌধুৰীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেইবাটাও নিষেধাজ্ঞা জাৰি কৰিছে।

সেই অনুসৰি ভোট গণনা কেন্দ্ৰটোৰ ১০০ (এশ ) মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো লোকে বিজয় সমদল উলিয়াব নোৱাৰিব, ফটকা ফুটাব নোৱাৰিব, অকৰ্তৃত্বশীলভাৱে চাৰিচকীয়া আৰু দুচকীয়া বাহন ৰাখি ৰাখিব নোৱাৰিব, অস্থায়ী ব্যৱসায় চলাব নোৱাৰিব আৰু ৫(পাঁচ)জন বা ততোধিক ব্যক্তি গোট খাব নোৱাৰিব।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0