Home ৰাজ্যনগাঁৱত গুটখাৰ প্ৰতি আসক্ত ৬০ শতাংশ শিক্ষাৰ্থী… চৰম উদ্বিগ্নতাত সচেতন নাগৰিক

নগাঁৱত গুটখাৰ প্ৰতি আসক্ত ৬০ শতাংশ শিক্ষাৰ্থী… চৰম উদ্বিগ্নতাত সচেতন নাগৰিক

by News Desk
119 views
A+A-
Reset

জয়ন্ত মুদৈ, নগাঁওঃ ৰাজ্য চৰকাৰে বিগত ২০০৬ চনৰপৰাই শিক্ষানুষ্ঠানৰ আশে-পাশে চাধা, চিগাৰেট, বিড়িকে ধৰি সকলো ধৰণৰ ধঁপাতজাতীয় সামগ্ৰীৰ বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিছে যদিও সেয়া বৰ্তমানো কাৰ্যকৰী হোৱা নাই নগাঁও জিলাত৷

কিয়নো, জিলা প্ৰশাসন আৰু বিভিন্ন বেচৰকাৰী দল-সংগঠনে সময়ে সময়ে গুটখা জাতীয় দ্ৰব্য নিবাৰণী অভিযান চলাই থকাৰ পাছতো ৰাজ্যৰ আন বহু ঠাইৰ দৰে নগাঁও জিলাতো এইবোৰৰ প্ৰচলন ব্যাপক হাৰত নিৰ্বিঘ্নে চলি থকা দেখিবলৈ পোৱা গৈছে৷ যাৰ পৰিণতিত কমলা পচন্দ, শিখৰ, ৰজনীগন্ধা, বিমল আদি গুটখা জাতীয় সামগ্ৰীৰ প্ৰতি দিনে দিনে আসক্ত হৈ পৰিছে বহু কম বয়সীয়া যুৱক-যুৱতী৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0