59
আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ স্থানীয় নিবনুৱা যুৱকসকলে কৰ্মসংস্থাপন বিচাৰি হাবাথুৰি খাই থকাৰ সময়তে বিশ্বনাথৰ বিহালী সমষ্টিৰ দুই-এজন নিবনুৱা যুৱকে প্ৰধানমন্ত্ৰী অনাময় শৌচাগাৰ আঁচনিৰ কাম কৰি পেটে-ভাতে খাই জীৱন নিৰ্বাহ কৰি আছে।
শেহতীয়াকৈ আমাৰ হাতত আহি পৰা তথ্য অনুসৰি কেন্দ্ৰত বিজেপি চৰকাৰ অধিষ্ঠিত হোৱাৰ সময়তে বিশ্বনাথৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা তুলসী কলিতাক ফোন যোগে তীব্ৰ ভাবুকি প্ৰদান কৰে বিজেপি নেতা ক্ষীৰোদ দাসে।