Home ৰাজ্যকৈহাটীৰ গংগাধৰ বৰ্মন ফাউণ্ডেচ্‌নৰ উদ্যোগত চতুৰ্দশ বাৰ্ষিক বিশ্ব পৰিৱেশ দিৱস পালন… ১০০০ গছপুলি বিতৰন   

কৈহাটীৰ গংগাধৰ বৰ্মন ফাউণ্ডেচ্‌নৰ উদ্যোগত চতুৰ্দশ বাৰ্ষিক বিশ্ব পৰিৱেশ দিৱস পালন… ১০০০ গছপুলি বিতৰন   

by News Desk
A+A-
Reset
86d20c66-0e1f-4239-819f-18e26c7b95ca

বৰনৰ্দ্দীঃ প্ৰতি গৰাকী অভিভাৱকে নিজৰ সন্তানক যিদৰে উচ্চ শিক্ষাৰ বাবে গুৰুত্ব প্ৰদান কৰে ঠিক তেনেদৰে প্ৰতোক জন অভিভাৱকে পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰতো সমানে গুৰুত্ব প্ৰদান কৰিব লাগে। পশ্চিম নলবাৰীৰ কৈহাটীৰ গংগাধৰ বৰ্মন ফাউণ্ডেচেনৰ”ৰ উদ্যোগত সৰুক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়, বৰকাপলাত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা চতুৰ্দ্দশ বাৰ্ষিক বিশ্ব পৰিৱেশ দিৱসৰ মুকলি সভাত মুখ্য অতিথিৰ আসনৰ পৰা এইদৰে বক্তব্য আগবঢ়ায় বিশিষ্ট সাংবাদিক ৰঞ্জিত হাজৰিকাই। 

বিশিষ্ট শিক্ষাবিদ হৰেন্দ্ৰ নাথ ডেকাৰ পৌৰহিত্বত অনুষ্ঠিত সভাত আন এগৰাকী সাংবাদিক গিৰীন ডেকাই ভাষনত অভয়াপুৰীৰ ছৌটাকিত একেদিনাই তিনি লাখ পঞ্চাছ হাজাৰ গছপুলি ৰোপন কৰি বিশ্ব অভিলেখ সৃষ্টি কৰিছিল যদিও তাৰ পৰৱৰ্তী সময়ত এডাল গছ পুলি জীয়াই নথকা কাৰ্যক গভীৰ আক্ষেপ প্ৰকাশ কৰে। সভাত নসত্ৰ কৃষ্ণগুৰু আধ্যত্মিক বিশ্ববিদ্যালয়ৰ অধ্যাপক ড°মাধুৰ্য্য মণ্ডিত বৰুৱা, অংশ গ্ৰহন কৰে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0