47
জিয়াউল আলী, লখিমপুৰঃ সেউজী ধৰা বিনন্দীয়া, সুন্দৰ স্বাস্থ্য যুগমীয়া এই ধাৰাৰে নিৰ্মীয়মান লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত ১১০০ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বৃক্ষ ৰোপণ কাৰ্যসূচী আজি পালন কৰা হয়।
এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী নৱ কুমাৰ দলে, পীযুষ হাজৰিকা আৰু সাংসদ প্ৰদান বৰুৱা।