Home ৰাজ্যবটদ্ৰৱা সমষ্টিত বিধ্বস্ত যাতায়াত ব্যৱস্থা….জীয়াতু ভূগিছে সাধাৰণজনতাই

বটদ্ৰৱা সমষ্টিত বিধ্বস্ত যাতায়াত ব্যৱস্থা….জীয়াতু ভূগিছে সাধাৰণজনতাই

by News Desk
A+A-
Reset
3b19d93b-ff82-483d-a688-cdd0c5b838e1

জয়ন্ত মুদৈ, নগাঁওঃ এটা অঞ্চলৰ আৰ্থ-সামাজিক উন্নয়নৰ দিশটো নিৰ্ভৰ কৰে সংশ্লিষ্ট অঞ্চলৰ যাতায়াত ব্যৱস্থাৰ ওপৰত। কিন্তু পৰিতাপৰ বিষয় যে, দেশ স্বাধীন হোৱাৰ সুদীৰ্ঘ ৭১ বছৰ পাৰ হোৱাৰ পিছতো নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ যাতায়াত ব্যৱস্থাৰ আজি পৰ্যন্ত বিশেষ উন্নতি নহ’ল। 

এতিয়াও সন্মানীয় সমষ্টিটোৰ বহু অঞ্চলৰ বিধ্বস্ত যাতায়াত ব্যৱস্থাই ৰাইজক জীয়াতু ভুগাই অহা পৰিলক্ষিত হৈছে। আনকি এনে বিধ্বস্ত যাতায়াত ব্যৱস্থাৰ বাবেই সমষ্টিটোৰ কৃষি অৰ্থনীতিৰ লগতে আৰ্থ সামাজিক প্ৰগতিত প্ৰচণ্ড বাধাৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত ঘাইকৈ দুৰ্ভোগ ভুগিবলগীয়া হৈছে বিভিন্ন শিক্ষানুষ্ঠানলৈ আহ-যাহ কৰা ছাত্ৰ-ছাত্ৰী, চিকিৎসালয়লৈ যোৱা ৰোগী, দৈনিক নিজৰ কৰ্তব্য স্থানলৈ যোৱা সৰ্বসাধাৰণ ৰাইজৰ লগতে বেপাৰ-বাণিজ্যৰ লগত জড়িত লোকসকল। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0