Home ৰাজ্যমদ-জুৱাৰ আড্ডাথলীলৈ পৰ্যবসিত এখন আৰক্ষী থানা

মদ-জুৱাৰ আড্ডাথলীলৈ পৰ্যবসিত এখন আৰক্ষী থানা

by News Desk
105 views
A+A-
Reset

গুৱাহাটীঃ নগাওঁ জিলাৰ ধিং আৰু বটদ্ৰৱা আৰক্ষী চকীৰ অধীনত ডুমডুমীয়া উপ আৰক্ষী চকী হৈ পৰিছে মদৰ আড্ডা থলী। উপ আৰক্ষী চকীখনৰ ভিতৰত দিনে ৰাতিয়ে চলে মদৰ পাৰ্টি । একপ্ৰকাৰ বাৰলৈ পৰিণত হৈছে আৰক্ষীচকীটো।

আজি এক গোপন কেমেৰাত বন্দী হয় তাৰ কিছুমান দৃশ্যাংশ। আঙুৰ-আপেল লৈ একাংশ দালালৰ লগত আৰক্ষী চকীখনতে মদ সেৱন কৰি থকা দেখা গৈছে আইচি লক্ষ্মী কলিতা। জানিব পৰামতে, আৰক্ষী চকীখনৰ আই চি লক্ষ্মী কলিতাৰ নেতৃত্বত অঞ্চলতোত অবাধে ড্ৰাগছ, মদ, ভাং আদিৰ ৰমৰমীয়া ব্যৱসায় চলি আহিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0