57
তিনিচুকীয়াঃ বৰ্তমান আপুনি যিকোনো গেলামালৰ দোকান, গুমটি বা পাণ দোকানত দেখিবলৈ পাব তৰহে তৰহে বিভিন্ন কোম্পানীৰ মুখৰোচক খাদ্য সামগ্ৰীৰ পেকেট। কিন্তু জনসাধাৰণৰ বাবে তেনে মুখৰোচক খাদ্য স্বাস্থ্যসন্মত নে?
বিভিন্ন পানীয়ৰ বটল আৰু অন্যান্য খাদ্যৰ পেকেটত স্বাস্থ্য হানিকাৰক দ্ৰব্য,পদাৰ্থ ওলোৱাৰ খবৰ আমি প্ৰায়ে পাইয়ে থাকোঁ। এনে সময়তে তিনিচুকীয়া চহৰৰ মাজ-মজিয়াৰ এখন দোকানত বিক্ৰী কৰা জালমুড়িৰ পেকেটত ওলাল পোক।