49
ডিজিটেল ডেস্কঃ ৰহস্যজনকভাবে মৃত্যুক সাৱতি লোৱা ভাৰতীয় প্ৰশাসনিক বিষয়া অনুৰাগ তিৱাৰীৰ হৈ পৰিয়ালে সোমবাৰে লক্ষ্নৌৰ হজৰতগঞ্জ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰাৰ পিছতেই আজি ফৰেনচিক বিভাগৰ তথ্যই বিষয়টো অধিক ৰহস্যৰ মাজলৈ ঠেলি দিছে।
অক্সিজেনৰ অভাৱত অনুৰাগৰ মৃত্যু ঘটা বুলি ফৰেনচিক বিভাগে সদৰী কৰাৰ পিছতেই বিষয়াগৰাকীৰ মৃত্যু দৰাচলতে এক হত্যা বুলি প্ৰায় নিশ্চিত হৈছে আৰক্ষী।