58
হোজাই/যমুনামুখঃ মাতৃ মমতাময়ী। গাখীৰ বগাৰ দৰে চিৰসত্য নহয় এই কথা! মাতৃ মাত্ৰেই যে মমতাময়ী নহয় তাকেই প্ৰমাণিত কৰি হোজাই জিলাৰ মইনাপুৰ গাৱঁত মঙলবাৰে পুৱাই সংঘটিত হয় এক জঘন্য কাণ্ড৷
জিলাখনৰ মইনাপুৰত এগৰাকী নিদাৰুন মাত়ৃয়ে তেওঁৰ দুই কণমানি সন্তানক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলায়৷ এই ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷