53
বিহালীঃ ফেচবুকুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যক লৈ আপত্তিজনক পোষ্ট দি গ্ৰেপ্তাৰ হোৱা পৰিমল গোড়ে আজি জামিন লাভ কৰে৷
ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত যোৱা ৮ মে’ত গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে পৰিমল গোড়ক জেল হাজোতলৈ প্ৰেৰণ কৰিছিল যদিও বিশ্বনাথ চাৰিআলি ন্যায়িক আদালতে তেওঁক জামিনত মুক্তি দিয়ে৷