52
গুৱাহাটীঃ অসমত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত এবছৰীয়া গেৰুৱা চৰকাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও উত্তৰ-পূৱতে কৰিব কেন্দ্ৰ চৰকাৰৰ তিনিটা বছৰ পাৰ কৰাৰ আনন্দ-উৎসৱৰ শুভাৰম্ভ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সুদক্ষ নেতৃত্বত দেশে পাৰ কৰা তিনি বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান ২৬ মে’ত আৰম্ভ হ’ব অসমত।