60
ডিজিটেল ডেস্কঃ প্ৰৱঞ্চনাৰে পাকিস্তানী যুৱকে বিয়া পাতি লৈ যোৱা ভাৰতীয় যুৱতীগৰাকীক আজি পাক আদালতে নিজ দেশলৈ ঘুৰি যোৱাৰ বাবে অনুমতি প্ৰদান কৰিছে।
মুৰত বন্দুক থৈ বিয়া পতা বুলি অভিযোগ অনা উজমা নামৰ মহিলাগৰাকীক আজি ইছলামাবাদ উচ্চ ন্যায়ালয়ে নিজ দেশলৈ ঘুৰাই পঠাবলৈ যাৱতীয় সকলো ব্যৱস্থা কৰিবলৈ পাক আৰক্ষীক নিৰ্দেশ দিয়ে।