58
ডিজিটেল ডেস্কঃ গংগোত্ৰী ধামৰপৰা উভটনি পথত তীৰ্থযাত্ৰীৰ এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ২১ জনকৈ লোকে মৃত্যুক সাৱতি ল’বলগা হৈছে।
নালুপনী এলেকাৰ ভাগীৰথী নৈত মঙলবাৰে বাছখন ৩০০ মিটাৰ তলত বাগৰি পৰাৰ ফলত ২১ জন লোক নিহত হোৱাৰ লগতে ভালেকেইজন লোক আহত হোৱা বুলি জানিবপৰা গৈছে।