47
আজাৰাঃ মহানগৰীৰ সমীপৰে ৰাণীত সন্তানসহ নিৰুদ্দেশ হৈছে এগৰাকী মহিলা। মহানগৰীৰ সমীপৰে ৰাণীৰ পৰা যোৱা ১৬ মে’ত সন্ধানহীন হৈছিল মহিলাগৰাকী।
সন্ধানহীন এই মহিলাগৰাকী হৈছে ৰাণীৰ শালবাৰী গাওঁৰ দীপক বড়োৰ পত্নী ৰাণী বড়ো। ৰাণীৰ লগতে পুত্ৰ কপিল বড়োৰো কোনো শুংসূত্ৰ পোৱা হোৱা নাই।