Home ৰাজ্যপ্ৰতি বছৰে নিৰ্মাণ কৰা এখন দলং

প্ৰতি বছৰে নিৰ্মাণ কৰা এখন দলং

by News Desk
52 views
A+A-
Reset

 লালুকঃ লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ বঙালমৰাৰ দৌলতপুৰৰ স্থানীয় বিধায়কৰ গৃহ ৱাৰ্ডতেই এখন ভঙা দলঙৰেই যাতায়ত কৰিব লগা হৈছে ৰাইজে৷ বিধায়ক পুঁজিৰ ধনেৰে আজি পৰ্যন্ত নিৰ্মাণ নকৰা বাঁহৰ ভঙা দলং খনৰ সিটো মূৰত থকা প্ৰাথমিক বিদ্যালয়লৈ কণ কণ ছাত্ৰ-ছাত্ৰীয়েও বিপদ সংকুলভাৱে যাতায়ত কৰিবলগীয়া হোৱাত অভিভাৱকসকল চিন্তিত হৈছে৷

নিৰ্বাচনৰ পূৰ্বে বিধায়ক মামুন ইমদাদুল হ’ক চৌধুৰীয়ে নিৰ্বাচনত জয়ী হ’লে দলংখন নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজি এবছৰ পাৰ হৈ যোৱাৰ পিছতো প্ৰতিশ্ৰুতি ৰক্ষা নকৰাত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ বিধায়কজনক গৰিহণা দিছে৷ উল্লেখ্য যে ভঙা দলঙৰ ওপৰেৰে অহাযোৱা কৰোতে ইতিমধ্যে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0