61
ডিজিটেল ডেস্কঃ ৰেলত টিকট কাটিও বহিবৰ বাবে ছীট নাপালে এতিয়া আৰু চিন্তাৰ কোনা কাৰণ নাই! ছীট পোৱাতকৈ ছীট নাপালেহে আপুনি অধিক লাভান্বিত হ’ব। উদাহৰণ দিল্লী নিবাসী ভি বিজয় কুমাৰ।
২০১৩ চনৰ ৩০ মাৰ্চত দক্ষিণ এক্সপ্ৰেছ ৰেলযোগে বিশাখাপট্টনমৰ পৰা দিল্লীলৈ যাবলৈ টিকট বুক কৰিছিল বিজয়ে। কিন্তু ৰেলখনত উঠি দেখে যে তেওঁৰ নামত সংৰক্ষিত ছীটত আগতীয়াকৈ আন যাত্ৰীহে বহি আছে।