56
কামপুৰঃ ৰাজ্যত নিজৰ আত্মীয়ৰ ঘৰতো সুৰক্ষিত নহয় নাৰী। তাকেই প্ৰমাণিত কৰি যমুনামুখ আৰু বৈথালাংছ’ৰ ঘটনাৰ উত্তেজনা মাৰ নৌযাওতেই পুনৰ সংঘটিত হৈছে আন এক পাশৱিক ঘটনা।
এইবাৰ ঘটনাৰ স্থান নগাঁও জিলাৰ কচুৱাৰ ৯ নং খেৰণি। নিজৰ আত্মীয়ৰ হাততে যৌন নিৰ্যাতনৰ বলি হ’বলগীয়া হৈছে গাঁৱখনৰ এটি ১২ বছৰীয়া শিশু।