58
বঙাইগাঁওঃ এটি কুকুৰাৰ বাবে দেওবাৰে উত্তপ্ত হৈ পৰিল বঙাইগাঁও জিলাৰ মাণিকপুৰ থানা। কুকুৰাটোৰ বাবেই স্থানীয় একাংশ লোকে ঘেৰাও কৰে থানা।
আৰক্ষী থানাত হুলস্থুল লগাবলৈ সমৰ্থ হোৱা এই প্ৰভাৱশালী কুকুৰাটোৰ গৰাকী হৈছে মহিলা বিবি নামৰ এগৰাকী মহিলা। এই কুকুৰাটোৱে হৈছে মহিলা বিবিৰ একমাত্ৰ কুকুৰা।