71
গোৱালপাৰাঃ আপুনি অনলাইনযোগে সামগ্ৰী ক্ৰয় কৰে নেকি? যদি কৰে তেন্তে ১০ বাৰ ভাবক। আপুনি বিচৰা সামগ্ৰীৰ ঠাইত আহিব পাৰে ইটা৷
উদাহৰণ গোৱালপাৰা চহৰৰ ৰাজু দাস। অনলাইন যোগে কিতাপ ক্ৰয় কৰিবলৈ গৈ এতিয়া মূৰে কপালে হাত দিবলৈ বাধ্য হৈ পৰিছে এই যুৱকজনে।