Home ৰাজ্যশিৱসাগৰত ‘শিয়াল’ৰ ইটা ভক্ষণ!

শিৱসাগৰত ‘শিয়াল’ৰ ইটা ভক্ষণ!

by News Desk
68 views
A+A-
Reset

দিচাংমুখঃ পৰিস্থিতিৰ দাস হৈ আৰম্ভ কৰা অভ্যাসৰ ফলত অতিমানৱীয় ক্ষমতাৰ অধিকাৰী হৈছে শিৱসাগৰৰ শিয়াল। বাস্তৱৰ মৌগলী শিয়াল কিন্তু বনৰ আৱাসী নহয়। আদিম মানৱৰ দৰে খাদ্য ভক্ষণৰ ক্ষমতাৰ বাবে স্থানীয় জনতাই শিয়াল নাম দিছে বাবলু আলী নামৰ যুৱকজনক৷

নিঃকিন পৰিয়ালৰ সন্তান বাবলুৱে শৈশৱত পেটৰ পোৰণি মাৰিবলৈ ভক্ষণ কৰিছিল সকলোৰে বাবে অখাদ্য ৷ অভ্যাসৰ ফলত এতিয়া মাংস খাবলৈও তেওঁক প্ৰয়োজন নাই তেল-নিমখৰ৷ নৰন্ধাকৈয়ে মাছ-মাংস কেঁচাই খাব পাৰে শিয়াল বাবলুৱে৷ তদুপৰি আলু-কচুও কেঁচাই খায় এই যুৱকজনে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0