59
ডিজিটেল ডেস্কঃ নাগালেণ্ডৰ মন জিলাত আজি পুৱাৰ ভাগত সেনাৰ সৈতে হোৱা সংঘৰ্ষত তিনিজনকৈ এনএচচিএন (কে) সদস্যৰ মৃত্যু হৈছে।
টিজিত চক্ৰৰ লাপ্পা অঞ্চলত হোৱা সংঘৰ্ষত এজন সেনা বিষয়া, তিনিজন জোৱান আৰু এজন নাগৰিক আহত হোৱা বুলি প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ এজনে উল্লেখ কৰিছে।