63
বঢ়মপুৰঃ অংগনৱাড়ী কৰ্মী-সহায়িকাই আজি বিভিন্ন দাবীৰ সমৰ্থনত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চামগুৰিত।
চামগুৰিৰ সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ত পাঁচ দফীয়া দাবী উত্থাপন কৰি কাৰ্যালয়টোৰ সন্মুখত অনিৰ্দিষ্টকালিলৈ ধৰ্মঘটত বহে অংগনৱাড়ী কৰ্মী-সহায়িকাই।