59
ডিজিটেল ডেস্কঃ লঘোণীয়া পেটেৰে নিশা কটাব লাগিব এচাম ভাৰতীয়ই৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অমান্য কৰা জনতাই শীঘ্ৰে হয়তো খাটিব লাগিব অনাকাংক্ষিত উপাবাস৷ কাৰণ আধাৰ কাৰ্ড৷
অহা ১ জুলাইৰ পৰা সমগ্ৰ দেশজুৰি বলৱৎ হ’ব পণ্য আৰু সেৱাকৰ আইন অৰ্থাৎ জি এছ টি৷ সমান্তৰালকৈ বাধ্যতামূলক হ’ব আধাৰ কাৰ্ড৷ বৰ্তমান পৰ্যন্ত ৯৫ শতাংশ ভাৰতীয়ই আধাৰ কাৰ্ড লাভ কৰিছে৷