56
ধিংঃ বেটী বচাও-বেটী পঢ়াও শ্লগান এতিয়া অনৰ্থক হৈ পৰিছে ৰাজ্যৰ বিভিন্ন চৰাঞ্চলত। এনে বহু চৰাঞ্চলত অব্যাহত অাছে ভূ-মাফিয়াৰ গুণ্ডাৰাজ । অাইন-অাদালত একোৱেই ঢুকি নাপায় এই চৰসমূহক।
একাংশ ভূ-মাফিয়া অাৰু ধৰ্মীয় মুৰব্বীয়ে চলাই অাইন বিচাৰ । পুৰুষটো বাদেই মহিলাও সাৰি নাযায় এনে গুণ্ডবাহিনীৰ হাতত । প্ৰতিটো পৰিয়ালে মাহে মাহে দিব লাগে শস্য অাৰু কৰ-কাটল।