74
ডিজিটেল ডেস্কঃ শীঘ্ৰে বজাৰত নতুন ৫০০ টকীয়া নোট মুকলি কৰাৰ প্ৰস্তুতিৰ চলাইছে ভাৰতীয় ৰিজাৰ্ভ বেংকে৷ উক্ত নোটসমুহত সন্নিবিষ্ট থাকিব ইংৰাজী বৰফলাৰ A আখৰটো৷
নোটবোৰত স্বাক্ষৰ থাকিব আৰবিআইৰ গভৰ্ণৰ উৰজিত আৰ পেটেলৰ। মঙলবাৰে এই কথা ঘোষণা আৰবিআইৰ।