84
চৰাইদেউঃ আজি সোণাৰি আৱৰ্ত ভৱনত চৰাইদেউ জিলা কবি সন্মিলনৰ উদ্যোগত গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱাৰ সোঁৱৰণত শব্দৰ পানচৈ শীৰ্ষক নিৰ্বাচিত কবিৰ কবিতা পাঠ অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷
কবিতা পাঠ অনুষ্ঠানত ত্ৰিমাসিক কাব্য পত্ৰিকা ‘সোণৰ সোলেং’ উন্মোচন কৰিছে সোণাৰি সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈয়ে।