56
ডিজিটেল ডেস্কঃ কোন মহিলাইনো ভাল নাপায় প্ৰিয়জনৰ ছাৰপ্ৰাইজ। কিন্তু প্ৰিয়জনৰ ছাৰপ্ৰাইজ যদি শীতল মৃত্যু হয়, তেন্তে গাৰ নোম শিঁয়ৰি উঠাটোৱেই স্বাভাৱিক। তেনেই ঘটনা ঘটিল এগৰাকী মহিলাৰ ক্ষেত্ৰত।
সন্দেহৰ বশৱৰ্তী হৈয়ে হিতাহিত জ্ঞান হেৰুৱাই স্বামীয়ে বাইকৰ ক্লাটচৰ কেবলেৰে ডিঙি চেপি হত্যা কৰিলে নিজ পত্নীক। দিল্লীৰ এহাল দম্পত্তিৰ বিবাদৰ পিছতে এনেদৰে প্ৰাণ হেৰুৱাবলগা হয় মহিলাগৰাকীয়ে।