65
গৰৈমাৰীঃ অসমৰ কংগ্ৰেছীয়ে নাপহৰিলে ৰাহুল গান্ধীৰ জন্ম দিন৷ দলটো ৰাজ্য তথা কেন্দ্ৰৰ শাসনত নাই যদিও তেওলোকৰ নেতা ৰাহুল গান্ধীৰ জন্মদিনত দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ মাজত ফল-মূল বিতৰণ কৰিলে নেতা-কৰ্মীয়ে৷
দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰীৰ চৌতাৰা দক্ষিণ কামৰূপ বধিৰ বিদ্যালয়ত দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ মাজত ফল-মূল বিতৰণ কৰি এক ব্যতিক্ৰমী ধৰণেৰে সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ উপ-সভাপতি ৰাহুল গান্ধীৰ জন্ম দিন পালন কৰে।