58
ডিজিটেল ডেস্কঃ সুযোগ পালেই ফ্ৰণ্ট কেমেৰা অন কৰি বাটে-ঘাটে ছেলফি লোৱাটো যদি আপোনাৰ স্বভাৱ, তেন্তে এই স্বভাৱ এৰিবৰ হ’ল। কিয়নো এই স্বভাৱৰ বাবেই আপুনি ভৰিব লগা হ’ব পাৰে জৰিমনা।
চেলফি তোলাসকলৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ বাবে উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে আৰম্ভ কৰিছে এক বিশেষ অভিযান। যিকোনো ৰাজহুৱা স্থানত ছেলফি লোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে আৰক্ষীয়ে।