65
কোকৰাঝাৰঃ সমগ্ৰ বিশ্বৰ লগতে আজি কোকৰাঝাৰতো পতঞ্জলী যোগপীঠৰ উদ্যোগত তথা জিলা প্ৰশাসনৰ সহযোগত আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়৷
কোকৰাঝাৰ উচ্চতৰ আৰু বহুমুখী বিদ্যালয় খেলপথাৰত তৃতীয় সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পুৱা ৬ বজাত শোভাযাত্ৰাৰে শুভাৰম্ভ কৰে বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে৷