Home ৰাজ্যআৰক্ষী বিষয়াই দায়িত্ব ল’লে তিনি দৰিদ্ৰ শিক্ষাৰ্থীৰ

আৰক্ষী বিষয়াই দায়িত্ব ল’লে তিনি দৰিদ্ৰ শিক্ষাৰ্থীৰ

by News Desk
86 views
A+A-
Reset

লালুকঃ যি সময়ত একাংশ আৰক্ষী বিষয়া বিভিন্ন বিতৰ্কত সাঙোৰ খাইছে, তেনে সময়তে এজন আৰক্ষী বিষয়াই প্ৰশংসনীয় কাৰ্যৰ জৰিয়তে ৰাইজৰ শলাগ বুটলিবলৈ সক্ষম হৈছে ৷ লখিমপুৰৰ বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ’ন পাঠৰীয়ে অতি দৰিদ্ৰ পৰিয়ালৰ তিনি গৰাকী শিক্ষাৰ্থীৰ পঢা়-শুনাৰ দায়িত্ব লোৱাৰ লগতে আজি তেওঁলোকৰ ঘৰলৈ গৈ কিতাপ প্ৰদান কৰে৷

এইবাৰ উচ্চ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ১নং মিৰি গাঁৱৰ জয়প্ৰকাশ ৰয়, নাদিকাৰ ৰেকিবা চুলতানা আৰু নাহৰনিৰ শিল্পী হাজৰিকাৰ ঘৰলৈ গৈ আৰক্ষী বিষয়াজনে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত প্ৰয়োজন হোৱা তেওঁলোকৰ কিতাপ সমূহ প্ৰদান কৰাৰ লগতে ভৱিষ্যত শৈক্ষিক জীৱনৰ দায়িত্ব বহন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0