74
জাজৰিঃ বিশ্বৰ বিভিন্ন চৰকৰী আৰু বে-চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে নিৰোগী জীৱন লাভৰ বাবে যোগ সাধনা কৰাৰ প্ৰয়াস কৰাৰ বিপৰীতে প্ৰতিবন্ধীসকল সমাজ তথা চৰকাৰৰ পৰা অৱহেলিত হৈ ৰয়৷
গুৱাহাটীৰ ‘সাগৰ ফাউণ্ডেচন’ৰ উদ্যোগত বটদ্ৰৱাৰ বিশেষভাবে সক্ষম বিদ্যালয়ৰ সহযোগত আজি জাজৰি অঞ্চলৰ দিব্যাংগক লৈ পুৱা ৭বজাৰ পৰা জাজৰি মাজগাঁৱত যোগৰ এক প্ৰশিক্ষন তথা বিশ্ব যোগ দিৱস পালন কৰা হয়।