72
ডিজিটেল ডেস্কঃ আত্মহত্যাও হ’ব পাৰে নেকি একপ্ৰকাৰৰ ফেশ্বন? কেতিয়াও নোৱাৰে৷ কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰী ভেংকয়া নাইডুৰ এক মন্তব্যই এনে এটা উদ্ভৎ প্ৰশ্নৰে প্ৰাসংগিকতা আনি দিছে৷
বম্বে ষ্টক এক্সচেঞ্জৰ এক ৰাজহুৱা সন্মিলনত ২২ জুনত নাইডুৱে কয় যে কৃষিঋণ ৰেহায় দিয়াটো একপ্ৰকাৰ ফেশ্বনৰ দৰে হৈ পৰিছে৷ \