56
ডিজিটেল ডেস্কঃ দ্বিপাক্ষিক আলোচনাৰ বাবে আমেৰিকাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৱাশ্বিংটন ডিচিত উপস্থিত হোৱাৰ আগেয়ে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে টুইটযোগে কয় যে মোদীহে তেওঁৰ প্ৰকৃত বন্ধু।
মোদীৰ বাবে আগ্ৰহেৰে বাট অপেক্ষা কৰাৰ কথাও টুইটযোগে কয় ট্ৰাম্পে। মোদীয়েও ধন্যবাদ যাঁচে প্ৰত্যুত্তৰত।