56
কামপুৰঃ চৌদিশে কেৱল হত্যা-হিংসা। জীৱ শ্ৰেষ্ঠ মানৱৰ মৃত্যু এতিয়া যেন তেনেই সহজ৷ ৰাজ্যখনৰ এঠাইত যদি ছাত্ৰৰ আনঠাইত বৃদ্ধৰ, আন কোনো ঠাইত আকৌ উদ্ধাৰ হয় যুৱতীৰ মৃতদেহ৷ এনে পৰিপ্ৰেক্ষিতত জীৱন আৰু সম্পত্তিৰ নিৰপত্তাক লৈ চিন্তিত হৈ পৰিছে সচেতন মহল৷
ইয়াৰ মাজতে নগাঁও জিলাৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চেঙাজানত বৃহস্পতিবাৰে পুৱা গছত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হয় এটি মৃতদেহ।