55
ডিজিটেল ডেস্কঃ কাৰাগাৰত মহিলা কয়দীৰ ওপৰত অমানুষিক অত্যাচাৰ চলোৱা বুলি অভিযোগ উত্থাপন কৰা সন্তানহন্তা ইন্দ্ৰাণী মুখাৰ্জীৰ কথা অৱশেষত শুনিলে আৰক্ষীয়ে। আজি এই সন্দৰ্ভত অনুসন্ধানৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে বাইকোলা কাৰাগাৰৰ অধীক্ষকসহ ছগৰাকীক।
এইখন কাৰাগাৰতে মঞ্জুলা নামৰ এগৰাকী কয়দীৰ অস্বাভাৱিক মৃত্যু হোৱাৰ পিছতে গুৰুতৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অধীক্ষকসহ ৬ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।