61
ডিজিটেল ডেস্কঃ বদলি শব্দৰ অভিধানিক অৰ্থ হৈছে ‘এঠাইৰপৰা আন ঠাইলৈ যাবলৈ হুকুম দিয়া কাৰ্য্য’। কিন্তু চৰকাৰী কাৰ্যালয়ত বহুসময়ত বদলি শব্দটো হৈছে পোতক তোলা।
দেওবাৰে শ্ৰেষ্ঠা সিং নামৰ উপ আৰক্ষী অধীক্ষকগৰাকীক বদলি কৰাৰ আঁৰতো তেনেই পোতক তোলাধৰণৰ বিষয় এটা ছ’চিয়েল মিডিয়াকে ধৰি বিভিন্ন সংবাদমাধ্যমৰ চৰ্চাৰ বিষয় হৈ পৰিছে।