Home দেশযুগান্তকাৰী, তৃতীয় লিংগক ইগন’ৰ বিনামূলীয়া শিক্ষা

যুগান্তকাৰী, তৃতীয় লিংগক ইগন’ৰ বিনামূলীয়া শিক্ষা

by News Desk
59 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ট্ৰান্সজেণ্ডাৰসকলক শিক্ষাৰ সম অধিকাৰ প্ৰদান কৰিবলৈ এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিলে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ে৷ সমাজৰ চকুত প্ৰায়েই অৱহেলিত ট্ৰান্সজেণ্ডাৰসকলৰ বাবে বিশ্ববিদ্যালয়খনত বিনামূলীয়া  কৰা হ’ল শিক্ষা৷

দেওবাৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ৰবীন্দ্ৰ কুমাৰে এই কথা ঘোষণা কৰে৷ ২জুলাইত বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠাপক উপাচাৰ্য জি ৰাম ৰেড্ডীৰ স্মৃতিত অনুষ্ঠিত এই কথা প্ৰকাশ কৰে বৰ্তমানৰ উপাচাৰ্যগৰাকীয়ে৷ উক্ত সিদ্ধান্তৰ জৰিয়তে দেশৰ প্ৰায় ৪হাজাৰ ট্ৰেন্সজেন্ডাৰ উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0