58
লংকাঃ বাঢ়নী পানীয়ে পত্নীৰ সন্মুখতে উটুৱাই নিয়া মহেন্দ্ৰ ডেকাৰজাৰ মৃতদেহ ৰাইজৰ সহযোগত এনডিআৰএফ আৰু এছডিআৰএফে আজি উদ্ধাৰ কৰে৷
লংকাৰ কাকী আৰক্ষী থানাৰ অন্তৰ্গত পুৰনাকাকী জৰাবাৰীৰ পৰা যোৱা শনিবাৰে বাঢ়নী পানীয়ে পত্নীৰ সন্মুখতে উটুৱাই নিছিল মহেন্দ্ৰ ডেকাৰজা নামৰ লোকজনক৷ হোজাই জিলা প্ৰশাসনে এনডিআৰএফ আৰু এছডিআৰএফৰ সহায়ত শনিবাৰৰ পৰা ডেকাৰজাৰ উদ্ধাৰ অভিযানত নামি পৰিছিল৷