61
লখিমপুৰঃ বিজেপি দল কেৱল বেনাৰ আৰু পোষ্টাৰৰ দল। উন্নয়নৰ পৰিৱৰ্তে বেনাৰ-পোষ্টাৰেৰে চমক সৃষ্টি কৰি ৰাইজৰ চকুত ধুলি মাৰি আহিছে বিজেপিয়ে।
শাসকীয় বিজেপি দলৰ বিৰুদ্ধে আজি এনেদৰে সমালোচনাত মুখৰ হৈ হৈ পৰে প্ৰাক্তন বিধায়ক তথা সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ সম্পাদক ভূপেন বৰা।