Home দেশইজৰাইললৈ মোদী, মুম্বাই আক্ৰমণৰ প্ৰত্যক্ষদৰ্শীক সাক্ষাত

ইজৰাইললৈ মোদী, মুম্বাই আক্ৰমণৰ প্ৰত্যক্ষদৰ্শীক সাক্ষাত

by News Desk
61 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ইজৰাইল ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী আজি ৰাওনা হৈছে ইজৰাইল অভিমুখে। ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ প্ৰত্যক্ষদৰ্শী মোচী হল্টবাৰ্গক লগ কৰিব মোদীয়ে। উল্লেখ্য যে মুম্বাই আক্ৰমণ নিচেই কাষৰপৰা দেখা মোচীৰ সেই সময়ত বয়স আছিল মাত্ৰ ২ বছৰ। 

তিনিদিনীয়া এই ভ্ৰমণ কাৰ্যসূচীত ইজৰাইলৰ উপৰিও জাৰ্মানীলৈও যাব মোদী। ১১ জনীয়া মন্ত্ৰালয়ে প্ৰস্তুত কৰা ৫১৪ কোটি টকাৰ ২৩ পৃষ্ঠা সম্বলিত যুটীয়া অৰ্থনৈতিক অধিগ্ৰহণৰ সূচী প্ৰস্তুত কৰা ইজৰাইলৰ সৈতে ভাৰতৰ অৰ্থনৈতিক চুক্তিক লৈ আশা ব্যক্ত কৰিছে দুয়োখন দেশেই।  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0