কাশ্মীৰৰ বানত কেন্দ্ৰৰ চকুলো, অসমলৈ বুঢ়া আঙুলিঃ লুৰিণজ্যোতি

Home ৰাজ্যকাশ্মীৰৰ বানত কেন্দ্ৰৰ চকুলো, অসমলৈ বুঢ়া আঙুলিঃ লুৰিণজ্যোতি

কাশ্মীৰৰ বানত কেন্দ্ৰৰ চকুলো, অসমলৈ বুঢ়া আঙুলিঃ লুৰিণজ্যোতি

by News Desk
73 views
A+A-
Reset

ৰঙিয়াঃ ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে শিক্ষকক কাঠগড়াত থিয় কৰোৱাই প্ৰশ্ন কৰাতো অসমৰ বাবে দুৰ্ভাগ্যজনক৷ এনে কৰাতকৈ শিক্ষামন্ত্ৰীগৰাকীয়ে সময়মতে বিদ্যালয় সমূহত পাঠ্যপুথি যোগান ধৰা, বিদ্যালয়ৰ আন্তঃগাঠনি উন্নয়নত গুৰুত্ব দিলে শিক্ষাৰ পৰিৱেশ যথেষ্ট উন্নত হ’লহেতেন৷ এই মন্তব্য আছুৰ কেন্দ্ৰীয় সম্পাদক লুৰিণ জ্যোতি গগৈৰ৷

আজি ৰঙিয়া আছুৱে কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাবলৈ অনুষ্ঠিত কৰা এখন সভাত অংশ গ্ৰহণ কৰিব ছাত্ৰ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ছাত্ৰ কেন্দ্ৰীক শিক্ষা ব্যৱস্থাক আছুৱে আদৰণি জনোৱা বুলি কয়। ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত-বীৰদত্ত ভৱনত অনুষ্ঠিত কৰা কৃতী শিক্ষাৰ্থীক সম্বর্ধনা অনুষ্ঠানত অংশ গ্ৰহণ কৰি আছুৰ সম্পাদক গৰাকীয়ে বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ আপত্তি কিহত বুলি প্ৰশ্ন কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0