60
ডিজিটেল ডেস্কঃ দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠানেই মহিলাৰ প্ৰস্ৰাৱগাৰত নিষিদ্ধ কৰিলে মহিলাৰে প্ৰৱেশ৷ এয়া টাইপিঙৰ ভুল নহয়, আপুনি ঠিকেই পঢ়িছে- মহিলাৰ প্ৰস্ৰাৱগাৰত মহিলাৰ প্ৰৱেশ।
কলকাতাৰ ঐতিহ্যপূৰ্ণ প্ৰেসেডেঞ্চী কলেজত এই আজৱ কাণ্ড। কলেজ প্ৰশাসনৰ সিদ্ধান্তৰ বিৰুদ্ধে মাত মতাৰ বাবেই এগৰাকী ছাত্ৰীৰ লগত এই ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে খোদ ছাত্ৰীগৰাকীয়ে৷