52
চাবুৱাঃ সদৌ অসম জাতীয়তাবাদী যুৱ-পৰিষদ নামৰ এটি সংগঠনে অহা ২০ আৰু ২১ জুলাইত উজনি অসম বন্ধ ঘোষণা কৰাত জাঙুৰ খাই উঠিছে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ।
সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ সভাপতি যুগল বৰুৱাই অসমৰ ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ কোনো কাৰ্যসূচীত সৰ্মথন তথা সহযোগিতা আগনবঢ়োৱা সংগঠনে অসম বন্ধ দিয়াটো হাস্যকৰ বুলি কয়৷